উম্ফাউমৰাংছ

উম্ফা পূজা (Assamese) [ Roman: um.pha pu.ja]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-02-28
1. Festival(Abstract Noun) A festival of Assam. It is celebrated after a gap of 12 years by the Ahoms. উম্ফা পূজা আহোমসকলে বাৰ বছৰৰ মূৰেমূৰে পালন কৰে৷ এই বছৰ ২৮, ২৯, আৰু ৩০ মাৰ্চত পালন হব৷ এই পুজা বোধহয়, মে-ডাম-মেফিৰ দৰে পূৰ্বপুৰুষৰ উদেশ্য পাতে৷ এই পুজাত কেঁচাইখাতি, ৰণচণ্ডি, বৰডাঙৰীয়া, সৌৰাধিপতিকে ধৰি বহুকেইজন দেৱতাৰ উদেশ্য বলি আগবঢ়াই৷এই দেৱতাসকলৰ আহোম(তাই ভাষাৰ) নামো আছে৷ যেনে- বৰ ডাঙৰীয়া হল বনৰ ৰজা পুপিচো৷